নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জামুগুৰিহাটত অৱস্থান ধৰ্মঘট

Sharing is caring!

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি বাঁও গণতান্ত্ৰিক মৰ্চা – চি. পি. আই , চি. পি. আই (এম) জামুগুৰি , উওৰ জামুগুৰি আঞ্চলিক কমিটিৰ সহযোগত “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ” বাতিলৰ দাবীত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে CPI দলে জামুগুৰিহাটৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কৰে ৷

আনহাতে একাংশ লোকে ব্যক্ত কৰে যে – এই আইন গৃহীত হলে আমি যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বাধ্য হম , তাৰোপৰি এই আইন গৃহীত হলে জাতি , মাটি আৰু কৃষ্টি-সংস্কৃতিৰ ওপৰতো বিৰোপ প্ৰভাৱ পৰিব বুলি মতপ্ৰকাশ কৰে ৷ গতিকে ” নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ” গৃহীত নহবলৈ দাবী জনায় ৷

Related posts

Leave a Comment