নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬” বিৰুদ্ধে মৰাণ গজপুৰীয়া পৰা তিলৈনগৰ হৈ বাইক ৰেলী

Sharing is caring!

আজি অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬” বিৰুদ্ধে মৰাণ গজপুৰীয়া পৰা তিলৈনগৰ হৈ বাইক ৰেলী কৰি মৰাণত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লয়। উল্লেখযোগ্য যে এই আন্দোলনৰ কাৰ্য্যসূচীত প্ৰায় ২শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। সভাত উপস্থিত থাকি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোৱৰে তীব্ৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে।

Related posts

Leave a Comment