মহানগৰীৰ হাতীগাঁও চাৰি আলিত বিধ্বংসী অগ্নিকাণ্ড

Sharing is caring!

কাৰ্টনৰ গুদামৰ লগতে ১০টা ভাড়াতীয়াৰ ঘৰ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত।

শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ।

ঘটনাস্থলীত ৪খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

লিটিল ফ্লাৱাৰ স্কুলৰ পাছফালে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।

Related posts

Leave a Comment