প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম আগমনৰ প্ৰাকক্ষণত আছুৰ জংগী আন্দলনৰ হুংকাৰ

Sharing is caring!

সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বানত বিজনীত আঞ্চিলিক ছাত্ৰ সন্থা মূুখ্য কাৰ্যালয়ৰ সন্মূখত আছুৰ সদস্য সকলে নাগৰিত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবিত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই সংশোধনী বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে ।

লগতে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰি প্ৰতিবাদকাৰীসকলে এই বিধেয়ক বাতিল নকৰিকে অনাগত দিনত জংগী আন্দলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

Related posts

Leave a Comment