গহপুৰৰ হেলেমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পথ অৱৰোধ

Sharing is caring!

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, আদিবাসী সকলক জনজাতিকৰন আৰু শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি ৰ দাবীত ২ ঘণ্টীয়া পথ অৱৰোধ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই অৱৰোধ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি কৰণ কৰাৰ দাবী আছা কৰ্মীৰ।

 

 

 

 

গহপুৰৰ পৰা কেমেৰাত হিতেশ পায়েং ৰ সৈতে মহেন্দ্ৰ পগাগ

Related posts

Leave a Comment