সহায়ৰ আহ্বান :-

Sharing is caring!

সহায়ৰ প্ৰয়োজন:-

অসমৰ যুৱ-সমাজৰ এগৰাকী সফল মহিলা bodybuilder নাম- কুইন বুঢ়াগোঁহাই (Queen Buragohain) । দেশ-বিদেশত সন্মান বঁটাৰে প্ৰৌজ্জ্বল তেওঁ । Miss Assam, India-ৰ পিছত এইবাৰ সাজু হৈছে Miss Universe Fitness -লৈ । এই World Championship, Singapore -ত খেলিবলৈ যোৱাত আৰ্থিকভাৱে সহায় কৰিব পৰা যাব নেকি ? তাই বহুতো ঠাইত খবৰ কৰিছিল কিন্তু কোনোৱে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে মানসিক ভাৱে ভাঙি পৰিছে । সেয়েহে যদি আমি কিছু পৰিমাণে সহায় কৰোঁ অাৰু সকলোৱে সহায়ৰ হাত অাগবঢ়ালেহে তাই Miss Universe Fitness, Singapore -ত খেলিব যাবলৈ সক্ষম হ’ব । সেয়েহে অাহকচোন অামি সকলোৱে মিলি তাইক এখোপ অাগুৱাই নিবলৈ যত্ন কৰো । এইটো এটা ভাল পদক্ষেপ হ’ব । উক্ত বিষয়টো সকলোৱে গুৰুত্ব সহকাৰে ল’ব বুলি আশা কৰিলো ।

Account details :

Queen Buragohain.
SBI, Beltola Branch
A/C No: 30369061370
IFSC code: SBIN0004419
MICR code: 781002029
STATE BANK OF INDIA
Pin – 781029
Branch Code : 004419

Related posts