কেৰেলাত কৰ্মসূত্ৰে যোৱা অসমৰ যুৱকৰ মৃত্যু

Sharing is caring!

BREAKING NEWS ⬇অসম খবৰ LIVE


কেৰেলাত কৰ্মসূত্ৰে যোৱা অসমৰ যুৱকৰ মৃত্যু ।

সম্প্ৰতি কেৰেলাত তীব্ৰ মহামাৰী ৰূপত নিপা ভাইৰাছৰ

আক্ৰান্ত হোৱাৰ ফলত যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ

প্ৰকাশ কৰা হৈছিল যদিও চিকিৎসকৰ তথ্যত নিপা নহয়,

জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু

হৈছিল যুৱকজনৰ ।

Related posts