পৃথক কমতাপুৰ আৰু জনজাতি কাৰণৰ দাবীত অৱস্থান ধৰ্মঘট কোচৰাজবংশী ছাত্ৰ সন্থাৰ

Sharing is caring!

সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ পৃথক কমতাপুৰ আৰু

জনজাতি কাৰণৰ দাবীত অৱস্থান ধৰ্মঘট


অসম খবৰ@ বঙাইগাঁও পৰা মৃদুল বৰ্মনৰ ৰিপৰ্ট,৪ জুন:- সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই পৃথক কমতাপুৰ আৰু জনজাতি কৰণৰ দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে গান্ধী ময়দানত ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকি কৃষক নেতা অখিল গগৈয়ে কয় যে কোচৰাজবংশীক জনজাতি কৰণত তেওঁৰ সম্পূৰ্ণ সমৰ্থন আছে ৷  কোচৰাজবংশী জনগোষ্ঠী নিজৰ প্ৰাপ্য আদায় কৰিবলৈ ইয়াতকৈ আৰু অধিক তীব্ৰতৰ আন্দোলন কৰিব লাগিব বুলি কয় আৰু উক্ত আন্দোলনত জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ মানুহক ওলাই আহিব আহ্বান জনায় ৷

Related posts