বিশ্বনাথত টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: বিশ্ব পৰিবেশ দিৱস পালন

Sharing is caring!

বিশ্ব পৰিবেশ দিৱস উদযাপন টি কে ইঞ্জিনীয়াৰিং প্ৰা:

লি:


অসম খবৰ@ত্ৰিদিপ দাস, বিশ্বনাথ, ৫ জুন:-
সমগ্র দেশৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানতো বিশ্ব পৰিৱেশ দিৱস টি উদযাপন কৰা হয় । এই ক্ষেত্ৰত পিচ পৰি নগল বিহালীত অৱস্থিত চাৰিলাইন যুক্ত পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: কৰ্মচাৰীসকলো । সংস্থাটোৰ নাজবৰৰ অৱস্থিত অস্থায়ী কাৰ্যালয়ত প্ৰকল্প বিষয়া সুৰজিৎ দাসৰ নেতৃত্বত আৰু এম কে নাথ,বিভাষ দাস,নিজাম হালদাৰ আৰু অনান্য বহু বিষয়া কৰ্মচাৰিৰ সহযোগত নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰায় দুশ জোপা গছ পুলি শিবিৰৰ চৌহদত ৰোপন কৰি সুন্দৰভাৱে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে ।

Related posts