১০০ কোটি টকাৰ ক্লাবত ‘সঞ্জু’ৰ অভিলেখ

Sharing is caring!

অসম খবৰ@ডিজিটেল ডেস্ক, ৩ জুলাই: মুক্তিৰ চাৰিদিনৰ ভিতৰতেই ১০০ কোটি টকাৰ ক্লাবত প্ৰবেশ কৰিলে অভিনেতা সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনে। মুক্তি লাভ কৰাৰ দিনাই ৩৪. ৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ঠিক তেনেদৰে প্ৰতিদিনাই একে হাৰত উপাৰ্জন কৰি কম দিনৰ ভিতৰতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে চলিত বৰ্ষৰ সৰ্বাৰ্ধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। 

Related posts

Leave a Comment