গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ

Sharing is caring!

গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ


অসম খবৰ@পৰাশ শইকীয়া,গহপুৰ ৪ জুলাই: সদৌ অসম মইনা পাৰিজাত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিৱেশ পৰিষদৰ যৌথ উদ্যোগ ৰাজ‍্যিক বিজ্ঞান মেলা ২০১৮ আজিৰে পৰা আৰম্ভ হৈছে । বিজ্ঞান মেলাত গহপুৰ জিলা মইনা পাৰিজাতৰ মইনা ডুবিয়া আদৰ্শ সুধাকণ্ঠ মইনা পাৰিজাতৰ মইনা গৌৰৱ ভূঞা আৰু মানস মৌচম গগৈ আদি লগতে বহু কণ কণ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Related posts

Leave a Comment