অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট্য কৰ্মশালা

Sharing is caring!

অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট

কৰ্মশালা


অসম খবৰ@গহপুৰ, ৪ জুলাইঃ- অহা ৫ জুলাইৰ পৰা ২৬ জুলাইলৈকে অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট কৰ্মশালা আয়োজন কৰা হৈছে । গহপুৰৰ সমূহ সচেতন ব্যক্তিৰ লগতে নাট্য প্ৰেমী ৰাইজক উপস্থিত থাকি সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

Related posts

Leave a Comment