শৰীৰ চৰ্চাবিদ মনোজ মহন্তৰ সফলতা

Sharing is caring!

শৰীৰ চৰ্চাবিদ মনোজ মহন্তৰ সফলতা

চিংগাগাপুৰৰ পৰা অসমলৈ আনিলে ব্ৰঞ্জৰ পদক


অসম খবৰ@বঙাইগাঁওঃ-
বঙাইগাঁও চহৰৰ এগৰাকী শৰীৰ চৰ্চাবিদে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চহৰখন বাসিন্দা তথা শৰীৰচৰ্চাবিদ মনোজ মহন্তই যোৱা ১ জুলাইত ছিংগাপুৰৰ অনুষ্ঠিত মিষ্টাৰ এণ্ড মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই অনুষ্ঠান আয়োজন কৰিছিল ৱৰ্ড ফিটনেছ ফেডাৰেছনছ। উক্ত প্ৰতিযোগিতা ভাৰতবৰ্ষৰ ১৬ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে। লগতে বিশ্বৰ,৩৬ খন দেশৰ চাৰিশ অধিক প্ৰতিযোগিতা অংশগ্ৰহণ কৰা অনুষ্ঠানত অসমৰ ৫ গৰাকীয়ে অংশগ্ৰহণ কৰিছিল ।

Related posts

Leave a Comment