অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত…

Sharing is caring!

অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত…


অসম খবৰ@(বৰ্ণালী কলিতা)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১১জুলাইঃ-
সুদূৰ ইউৰোপ মহাদেশৰ ৰাছিয়াত অনুষ্ঠিত হৈ থকা বিশ্বকাপ ফুটবলত অসমৰ তনয়া গীতকা তালুকদাৰে অসমক প্ৰতিনিধিত্ব কৰি ফটো সাংবাদিকতা অব্যাহত ৰাখিছে। এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসম। তেওঁৰ এই কৃতিত্বত সমগ্ৰ অসম তথা অসমীয়া জাতিয়ে গৌৰৱবোধ কৰিছে। গীতিকা তালুকদাৰলৈ ৰাজ্যৰ লগতে অসম খবৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো।

Related posts

Leave a Comment