পুনঃ সংঘাটিত চলন্ত ৰেলত দ্বিতীয়টো হত্যাকাণ্ড

Sharing is caring!

২৪ ঘণ্টাৰ ভিতৰত চলন্ত ৰে’লত দ্বিতীয়টো নৃশংস হত্যাকাণ্ড। কামাখ্যা এক্সপ্ৰেছৰ পিছত অবধ আছাম এক্সপ্ৰেছত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ অৰ্ধনগ্ন মৃতদেহ। মৰিয়নীত অবধ আছাম এক্সপ্ৰেছৰ দিব্যাংগ ডবাৰ টয়লেটত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। ডিঙিত গামোচা মেৰিয়াই থোৱা আছিল মহিলাগৰাকীৰ। মহিলাগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ।

Related posts

Leave a Comment