হিমাৰ জয়যাত্রা অব্যাহত

Sharing is caring!

হিমাৰ জয়যাত্রা অব্যাহত : হাতত জাতীয় পতকা আৰু

ডিঙিত অসমীয়া গামোচা…

 


অসম খবৰ@(বি. কলিতা.)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী,১৩ জুলাই:-
হাতত জাতীয় পতকা আৰু ডিঙিত অসমীয়া গামোচা। ইয়াতকৈ বেছি কি হ’ব পাৰে গৌৰৱৰ কথা অসম তথা অসমীয়াৰ বাবে ? হিমাৰ এই জয় যাত্ৰাত অসমীয়া গামোচাও জিলিকিল বিশ্বৰ আগত। অসম কন্যা হিমাৰ কৃতিত্বত উৎফুল্লিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সেয়েহে শুকুৰবাৰে তিনিচুকীয়াত হিমাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা । হিমা হ’ব অসম ক্ৰীড়া খণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। লগতে ৰাজ্যিক মৰ্য্যদাৰে সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰেও পুৰস্কৃত কৰা হ’ব হিমা দাসক ।

Related posts

Leave a Comment