অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা

Sharing is caring!

অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা

  LIVE@DegitalNewsDesk

অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা। চকলং প্ৰথাৰ বিবাহৰ কইনা হ’ব মোহময়ী অভিনেত্ৰীগৰাকী। সন্ধিয়া ৭.৩০ বজাত বিশেষ বিমানেৰে পাবহি যোৰহাট। নিশা যোৰহাটতে থাকি দেওবাৰ আৰু সোমবাৰে যোৰহাটৰ ঠেঙাল মেনৰ আৰু বনিয়ান গ্ৰুভত ব্যস্ত থাকিব শ্বুটিঙত। মঙলবাৰে বিয়লি একেখন বিমানেৰে দিল্লীলৈ উভতিব অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ  প্ৰিয়ংকা চোপ্ৰা ।

Related posts