চকদে ইণ্ডিয়া

Sharing is caring!

চকদে ইণ্ডিয়া

                                                            অসম খবৰ গুৱাহাটী :- ২১ জুলাই

শনিবাৰৰ পৰা লণ্ডনত অনুষ্ঠিত হৈছে “চতুৰ্দশ মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতা২০১৮” ।
চলিত মাহৰ ২১ জুলাইৰ পৰা আগন্তুক ৫ আগষ্ট পৰ্যন্ত চলিব লগা এই বিশ্বকাপ খনত সৰ্বমুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিব ।  উল্লেখযোগ্য যে শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা প্ৰথম খন খেলত আয়োজক দল ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখী হ’ব ভাৰতৰ ।  ভাৰতীয় সময় মতে, সন্ধিয়া ৬:৩০ ৰ পৰা অনুষ্ঠিত হ’ব খেলখন ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ খেলখন হ’ব অতি লক্ষণীয় ।  জয়ৰ লক্ষ্যৰে ভাৰতীয় মহিলা হকী দললৈ সমগ্ৰ দেশ তথা অসমৰ লগতে অসম খবৰ তৰফৰ পৰাও শুভকামনা যাচিলো ।

Related posts

Leave a Comment