ৰক্তদান জীৱন দান 📝 নয়ন জ্যোতি কটকী

Sharing is caring!

ৰক্তদান জীৱন দান
——————————
আমাৰ গৌৰৱ ৰক্তদাতা  

 

নয়ন জ্যোতি কটকী…

 

অসম চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা পূণ্যধৰ সোণোৱাল নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান কৰে ৰক্তদাতা নয়ন জ্যোতি কটকী ডাঙৰীয়াই … ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মাৰ সহযোগত নিজৰ কৰ্মব্যস্ততাৰ মাজত আৰ্তজনৰ বাবে অকণমান সময় উলিয়াই ৰক্তদানৰ বাবে আগবাঢ়ি আহে সন্মানীয় সোণোৱাল ডাঙৰীয়া… ৰক্তদানৰ দৰে এক মহান কৰ্মৰে জনসাধাৰণৰ মাজত মানৱীয়তাৰ পৰিচয় দিয়া বাবে সন্মানীয় নয়নজ্যোতি কটকী দেৱৰ সু স্বাস্থ্যৰ কামনা কৰি তেখেতক আমাৰ ৰক্তই জীৱনৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো .. ধন্যবাদ

Related posts

Leave a Comment