এগৰাকী মহিলাৰ হত্যাক লৈ মহানগৰীৰ গোশালাত উত্তপ্ত পৰিস্থিতি

Sharing is caring!

BREAKING NEWS

➡মহানগৰীৰ গোশালাত উত্তপ্ত পৰিস্থিতি

➡এগৰাকী মহিলাৰ হত্যাক লৈ এই পৰিস্থিতি

➡স্বামী অনন্ত নাৰায়ণ গগৈ আৰু শাহু পূৰবী গগৈয়ে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ

➡বুলবুল গগৈ নামৰ মহিলাগৰাকীৰ মৃত্যুক লৈ গোশালা বকুল তলত উত্তপ্ত পৰিস্থিতি

➡স্থানীয় ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে স্বামীৰ বাসগৃহ

➡বৰ্তমান গোশালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে

Related posts

Leave a Comment