নাজিৰাত অষ্ঠি ৰোগৰ চিকিৎসক ডঃ আৰ কে খান্ডেলৱাল

Sharing is caring!

নাজিৰাত অষ্ঠি ৰোগৰ চিকিৎসক ডঃ আৰ কে খান্ডেলৱাল

অসম খবৰ, নাজিৰা- নাজিৰা এমচি ক্লাৱৰ উদ্যোগত আয়োজন কৰা হাড় আৰু গাঠিৰ এক বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰাত ডেৰশতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হয় ৷  ৮ মে মংগল বাৰে আয়োজন কৰা উক্ত চিকিৎসা শিবিৰত চিকিৎসা প্ৰদান কৰে ।  পাটনাস্হিত বন এণ্ড জইন্ট কেয়াৰ চেন্টাৰৰ চাৰ্জন ডঃ ৰবি কুমাৰ খান্ডেলৱালে৷ নাজিৰাৰ লগতে শিৱসাগৰ ডিব্ৰুগড় জিলাৰ হাড় আৰু গাঠিৰ বিষত ভোগা শতাধিক ৰুগীয়ে এই শিবিৰত আহি বিনামূলীকৈ চিকিৎসাৰ সুবিধা লাভ কৰে৷

Related posts