নুমলীগড়ৰ ৰঙাজানত পথ দুৰ্ঘটনা

Sharing is caring!

নুমলীগড় ৰঙাজানত পথ দুৰ্ঘটনা

অসম খবৰ,মানস বৰুৱা,নুমলীগড়,২৮ জুলাই:-

ৰঙাজানত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়।
গোলাঘাটৰ পৰা পোৰাবাংলা অভিমূখে আহি থকা এখন যাত্ৰীবাহী মেজিকক খুন্দা মাৰে ডিমাপুৰ অভিমুখী NL-02T-1639 নম্বৰৰ এখন টাটা চুমু গাড়ীয়ে ।মেজিকখনত থকা এগৰাকী মহিলা আহত হৈছে।বৰ্তমান বাহন দুখন আৰক্ষীৰ জিম্মাত।

Related posts

Leave a Comment