বিজনীত এন, আৰ, চিৰ পূৰ্ণাঙ্গ খচৰা তালিকা প্ৰকাশ

Sharing is caring!

বিজনীত এন, আৰ, চিৰ

   পূৰ্ণাঙ্গ খচৰা তালিকা প্ৰকাশ

 

 

অসম খবৰ  বিজনীৰ পৰা ৩০ জুলাইঃ

চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰ্বমুঠ ১৩ টা সেৱা কেন্দ্ৰত প্ৰকাশ কৰা হয় এন, আৰ, চিৰ সম্পূৰ্ণ খচৰা তালিকা। বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৫,৭৫০ টা পৰিয়ালৰ সৰ্বমুঠ ২,৬৩,৫২৫ জন সদস্যই আবেদন কৰিছিল জাতীয় দলিল স্বৰূপ এন, আৰ, চিৰ বাবে ।

সম্পূৰ্ণ খচৰাত ২,৩৮,৯৫০ জনৰ নাম অন্তৰ্ভুক্ত হ’ল। ৯.৩ % ৰে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২৪,৫৩৫ জনৰ নাম কৰ্তন কৰা হৈছে। এন, আৰ, চিৰ সম্পূৰ্ণ খচৰা তালিকা প্ৰকাশ লৈ চিৰাং বিজনীত শান্তিপূৰ্ণ পৰিবেশ ।

Related posts

Leave a Comment