মন্ত্ৰী ঠিকাদাৰৰ ফোপোলাস্বৰোপ

Sharing is caring!

মন্ত্ৰী ঠিকাদাৰৰ ফোপোলাস্বৰোপ


অসম খবৰ মৰাণৰ পৰা কুশল ভূঞা ০২ আগষ্ট,

আজি বিধ্বস্ত পথক লৈ খোৱাং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আৰু আছু গোটে এখন বাটৰ নাট আৰম্ভ কৰে। খোৱাং চাৰি আলি পৰা খোৱাং মহাবিদ্যালয় হৈ চেনীমাৰিত সংযোগী পথৰ পকীকৰণ সম্পূৰ্ণ কৰা দাবীত “মন্ত্ৰী ঠিকাদাৰৰ ফোপোলাস্বৰোপ” নামৰ এখনি বাটৰ নাট সম্পন্ন কৰে।
কাযসূচীত উপস্থিত থাকি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা প্ৰচাৰ সম্পাদক ৰাহুল কোঁৱৰ এক বিবৃতিত কয় অহা ৭দিনৰ ভিতৰত যদি পথৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেন্তে তীব্ৰ আন্দোলন কৰা হোংকাৰ প্ৰদান কৰে।

Related posts

Leave a Comment