ৰাজকুমাৰ ৰাওঁ য়ে লাভ কৰিলে সৌন্দৰ্য্যৰ বটা

Sharing is caring!

ৰাজকুমাৰ ৰাওঁ য়ে লাভ কৰিলে সৌন্দৰ্য্যৰ বটা

 

ৰাষ্টীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেতা ৰাজকুমাৰ ৰাওঁ য়ে কয় যে অভিনয়ে তেওঁৰ সৌন্দৰ্য্যৰ চাবিকাঠি।অভিনয়ৰ এক নিজস্ব সৌন্দৰ্য্য থাকে। ৰাজকুমাৰে তেওঁৰ বিভিন্ন চলচিত্ৰ যেনে বৰেলি কি বৰফি, নিউটন এন্ড চাহিদ আদিৰ দ্বাৰা বহুতো পুৰস্কাৰ লাভ কৰিছে। যোৱা কিছুদিন পূৰ্বে মেন অব দ মোমেন্ত ছবি খনৰ যোগেদি সৌন্দৰ্য্য বটা ২০১৮ লাভ কৰিবলৈ সক্ষম হয়।

Related posts

Leave a Comment