Longest Barefoot Marathon Run World Records 200.2km Dr. Manjit Dihingia 12th APBn

Sharing is caring!

“মোৰ যোৱা ইংৰাজি ১৯ ডিচেম্বৰ পৰা ২০ ডিচেম্বৰ ২০১৭লৈকে অসম আৰক্ষী মুখ্য কাৰ্যালয় পৰা সম্পূৰ্ণ অনুমতি লৈ,বিশ্বনাথ জিলা উপায়ুক্ত মহোদয় লগতে আৰক্ষী অধীক্ষক মহোদয় দেৱৰ পৰা অনুমতি লৈ খালি ভৰিৰে একেৰাহে ২৫ঘন্টা ১০ মিনিট সময়ত ২০৫ কিলোমিটাৰ অতিক্ৰম কৰি নিজৰ নামটো বিশ্ব প্ৰথম জন ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব’লৈ সক্ষম হোৱা এটা সৰু নিউজ আপলোড কৰিলোঁ ভাল লাগিলে নিশ্চয় লাইক আৰু কমেন্ট কৰিব ধন্যবাদ । শেষত আমাৰ অসম আৰক্ষী বিভাগটোত আৰু দ্বাদশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয় কৰ্মচাৰী ফালৰপৰা আৰু এজন মাৰাথান দৌৰৰ কৰ্মচাৰী পোৱা কামনা কৰিলো ।লগতে এটা কথা যে অভিজিৎ বৰুৱা নামৰ এজন কনিষ্টবলে ২৪ ঘন্টা দৌৰি ১৫০কিলোমিটাৰ অতিক্ৰম কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱা পিছত অসম আৰক্ষী বিভাগটোত পদোন্নতি দিছিল সেইহে মই যদিহে অসমৰ আৰু অসম আৰক্ষী বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বা এজন যোগ্য ব্যক্তি হিচাপে গন্তিত পৰোঁ নিশ্চয় ভাল ফল এটা পোৱা কামনা কৰিলো নহ’লে অসম আৰক্ষী বিভাগটোত সকলোকে সমান চকুৰে নাচাই বুলি সকলোৱে ভাবিব ধন্যবাদ ।।”

Related posts

Leave a Comment