আজি বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱস

Sharing is caring!

 

এই দিৱস উপলক্ষে খিলঞ্জীয়া মঞ্চ অসমৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক বৰ্ণাঢ্য কাৰ্যসূচী। অনুষ্ঠানৰ আৰম্ভণিতে ৰাজপথত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰা প্ৰদৰ্শন কৰা হয় এই শোভাযাত্ৰা যাত্ৰাত। খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষা আৰু সমাজত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে সংগঠনটো এই কাৰ্যসূচী।

ইফালে এই অনুষ্ঠানত অতিথি হিচাপে নেইনগলো ক্ৰমী, ড০ নংথবাম জিতেন, ড০ উপেন ৰাভা হাকাচাম, ড০ মাৰকো মিত্ৰিকে প্ৰমূখ্যে কৰি বহুটো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related posts

Leave a Comment