মৰিগাঁও ভুৰবন্ধাত পাকিস্থান প্ৰেমি এজন যুবকক গ্ৰেপ্তাৰ 

Sharing is caring!

 

মৰিগাঁও ভুৰবন্ধাত পাকিস্থান প্ৰেমি এজন যুবকক গ্ৰেপ্তাৰ
মৰিগাঁৱৰ পৰা পুলিন কাকতি

মৰিগাঁও সদৰ থানাৰ অন্তগত ভুৰবন্ধাত আজি জেহিৰুল ইছলাম নামৰ এজন পাকিস্থান প্ৰেমি এজন যুবকক মৰিগাঁও সদৰ থানা আৰক্ষীৱে গ্ৰেপ্তাৰ কৰে ।জানিবঁ পৰা যায় যে ধৃত জেহিৰুল ইছলামে নিজৰ ফেচবুক একাউন্টত নিজৰ ফটোত মেৰে পেহছান পাকিস্থান (পাকিস্থান মোৰ পৰিছয় )লিখা ফটো ফ্ৰেম লগাই আপড্ৰেত দি আৰক্ষী হাতত গ্ৰেপ্তাৰ হব ল’গা হয়।ধৃত যুবক জনৰ ঘৰ মৰিগাঁও জিলাৰ সদৰ আৰক্ষী থানা অন্তগত ভুৰবন্ধাৰ থানাগৰা নুৰ মুন্চি পুত্ৰ ।

Related posts

Leave a Comment