জে’ললৈ  প্ৰেৰণ ধৃত পাকিস্থান প্ৰেমী জেহিৰুল ইছলামক

Sharing is caring!

 

জে’ললৈ  প্ৰেৰণ ধৃত পাকিস্থান প্ৰেমী জেহিৰুল ইছলামক

                                                      মৰিগাঁও পৰা পুলিন কাকতি

Case registation case no: 505(I)(B)/153(A)IPC 

আচামী  মঃ জেহিৰুল ইছলাম 

বৰ্ত্তমান মৰিগাঁও আৰক্ষীয়ে তদন্ত চলাই আছে।লগতে ধৃত ব্যক্তি জনৰ ফটোত যি সকল লোকে লাইক বা কমেন্ট কৰিছে সেই সকলৰ লগতো আৰক্ষীৱে যোগাযোগ কৰিছে। ইতিমধ্যে আৰক্ষীৰ পৰা জানিব পৰা গৈছে যে ধৃত ব্যক্তি জনে আৰক্ষী ওছৰত নিজা মোবাইলটো   যোৱা ৩ দিনৰ আগতে হেৰুৱা বুলি মিছা মন্তব্য কৰিছিল যদিও আৰক্ষী জে’ৰাত সত্যটো ওলাই পৰে আৰু  লগে লগে আৰক্ষীৱে ধৃত জেহিৰুল ইছলামক আটক কৰে আৰু আজি জে’ললৈ প্ৰেৰণ কৰে।

Related posts

Leave a Comment