মৰিগাঁৱৰ বৰমনিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অাৰু বেবেজীয়া অাৰক্ষীৰ স্বাধীনতা দিৱস উদযাপন

Sharing is caring!

: সমগ্র ভাৰতবষর্ৰ লগতে মৰিগাঁৱৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনী ৰ পেৰেড গ্রাউণ্ডতো পুৱাৰে পৰা ৭২ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। বাহিনীৰ অধিনায়ক কল্যান ফুকনে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে। লগতে কুচ কাৱাজৰ যোগেদি আমন্ত্রিত বিষয়া বগর্ৰ সহযোগত ৰাষ্ট্রীয় পতাকাক সন্মান জনোৱা হয়। তাৰ পিছতেই বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয়। দিনযোৰা কাৰ্যসূচী ৰে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসটি সন্ধ্যা ৫ বজাত সমাপ্ত হ’ব। ইফালে নগাঁও জিলাৰ বেবেজীয়া অাৰক্ষী চকী ত অাৰক্ষী সকলে বিগত বছৰৰ দৰে এই বছৰো স্বাধীনতা দিৱসটি উদযাপন কৰে।

Related posts

Leave a Comment