শিৱসাগৰত ১৭ আগষ্ট মুকলি হ’ব( Stylf baazar) ষ্টাইল  বাজাৰ  নতুন শ্বপিং মহল ( Shopping mall) 

Sharing is caring!

শিৱসাগৰত ১৭ আগষ্ট মুকলি হ’ব( Stylf baazar) ষ্টাইল  বাজাৰ  নতুন শ্বপিং মহল ( Shopping mall) 

 

আন আন ৰাজ্যৰ গ্ৰাহকৰ মন জয় কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ষ্টাইল বাজাৰ এতিয়া অসমৰ কেইবাখনো জিলাত । আন ৰাজ্যৰ লগতে  অসমৰ গ্ৰাহক সকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে বহু জাতি কোম্পানী ষ্টাইল বাজাৰে  । ভাৰতবৰ্ষত  ৪৫টাতকৈও অধিক শ্বপিং মহল থকা ষ্টাইল  বাজাৰে কিছু দিন পূৰ্বে তেজপুৰ চহৰত মুকলি কৰিলে এটা শ্বপিং মহল । সেই শ্বপিং মহলটোৱে অতি কম দিনৰ ভিতৰত  গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হ’ল। তাৰ  পিচতে অলপতে নগাঁওতটোও এটা  মুকলি কৰে  শ্বপিং মহল । ইফালে দিনক দিনে  ষ্টাইল  বাজাৰে অধিক গ্ৰাহক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আন আন বহু জাতি পোচাকৰ কোম্পানী শ্বপিং মহলতকৈ  ষ্টাইল বাজাই অতি কম মূল্যত সুন্দৰ সুন্দৰ পোচাক যোগান ধৰাত দিনক দিনে গ্ৰাহকৰ  সংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰে প্ৰতিষ্ঠাটো একাংশ  কৰ্মচাৰীয়ে ।  গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আন এটা শ্বপিং( Shopping mall)  মহল  অহা ১৭ আগষ্টত  শিৱসাগৰ চহৰত মুকলি কৰিব প্ৰতিষ্ঠানটোৱে। তাৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি কৰি তুলিছে । ষ্টাইল ( style baazar)  বাজাৰ   জেষ্ঠ কৰ্মচাৰী দেবাশিস চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে ষ্টাইল বাজাৰৰ( Stylf baazar) লক্ষ্য জনসাধাৰণৰক সহায় কৰা লগতে কিছু নিবনুৱা সমস্যা সমাধানৰ প্ৰয়াস কৰা।তাৰ ওপৰিও উত্তৰ অসমৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ শীঘ্ৰে  লক্ষীমপুত আন এটা  শ্বপিং মহল ( Shopping mall)

মুকলি কৰাৰ বাবে  কাম কাজ আৰম্ভ কৰা হৈছে  বুলি জানিবলৈ দিয়ে ।

Related posts

Leave a Comment