আকাশবাণী গুৱাহাটী :: খ শাখা :: ১৭ আগষ্ট (শুকুৰবাৰ) :

Sharing is caring!

 আকাশবাণী গুৱাহাটী :: খ শাখা :: ১৭ আগষ্ট (শুকুৰবাৰ) :

 

কাইলৈ সন্ধিয়া ৭বাজি ১৫ মিনিটৰ পৰা প্ৰচাৰ কৰিবলগীয়া LIVE PHONE IN অনুষ্ঠান HELLO YUVAVANI ৰ অতিথি – কণ্ঠশিল্পী অনিন্দিতা পাল।। অনুষ্ঠানটি চলি থকাৰ সময়ত শ্ৰোতাসকলে 0361-2661876,0361-2662325 – এই দুটি নম্বৰত ফোন কৰি আমাৰ অতিথিৰ সৈতে কথা পাতিব পাৰিব।।

 

শুনিবলৈ নাপাহৰিব কাইলৈ সন্ধিয়া ৭ বাজি ১৫ মিনিটত Hello Yuvavani…

 

#MW 289.9mtre, 1035khz (আকাশবাণী গুৱাহাটী : খ শাখা)

Related posts

Leave a Comment