ভূৰবন্ধাত মণ্ডল বিজেপি আৰু বুথ সমিতি সভাপতি সকলৰ সহযোগত শ্ৰদ্ধানঞ্জলি অনুস্থান

Sharing is caring!

 

মৰিগাঁওৰ পৰা পুলিন কাকতি  ১৯ আগষ্ট :ভূৰবন্ধাত বিজেপি মণ্ডল সমিতি আৰু বুথ সমিতি সভাপতি সকলৰ সহযোগত ভুৰবন্ধাৰ ৰাস মন্দিৰ প্ৰাঙ্গন শ্ৰদ্ধানঞ্জলি অনুস্থান ।

এটা সোনালী যুগৰ অৱসান ঘটিল,ভাৰতবৰ্ষৰ মহীৰূহ ,যুগদ্ৰষ্টা তথা প্ৰক্তন প্ৰধান মন্ত্ৰী  অটল বিহাৰী বাজপ্ৰেয়ী মৃত্যুত সমগ্ৰ  ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ভূৰবন্ধাটো ভূৰবন্ধাৰ ৰাস মন্দিৰ প্ৰাঙ্গনত শ্ৰদ্ধানঞ্জলী অনুস্থান আয়োজন কৰিছে।উক্ত  অনুস্থানটোত উপস্হিত থাকে ভূৰবন্ধাৰ মণ্ডল সভাপতি দুৰ্গা দলৈ, সম্পাদক কনক দাস ,মৰিগাঁও জিলা বিজেপি কোষাধ্যক্ষ যাদব কোঁৱৰ,তিৱা স্বাৱত্ব পৰিষদৰ সদস্য উজ্জ্বল বৰা,জিলা OBC মৰ্চা সভাপতি চন্দন দলৈ,ST মৰ্চা বিনয় কোঁৱৰ সহ মণ্ডল সমিতি বিষয় -ববিয়া সকলৰ লগতে বুথ সমিতি সভাপতি সকল উপস্হিত  থাকে।

Related posts

Leave a Comment