চাপাগুৰি এমি স্কুলৰ প্ৰাঙ্গনত চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাপাগুৰি শাখা সাহিত্য সভাৰ সহযোগত চিন্তন বৈঠক

Sharing is caring!

 

চাপাগুৰি এমি স্কুলৰ প্ৰাঙ্গনত চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাপাগুৰি শাখা সাহিত্য সভাৰ সহযোগত চিন্তন বৈঠক

চিৰাংৰ পৰা লিটন বসাক১৯ আগষ্টঃ চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাপাগুৰি শাখা সাহিত্য সভা ৰ সহযোগত অনুষ্ঠিত হয় ,উক্ত চিন্তন সভাত ড° পৰমানন্দ ৰাজবংশী। ২০২১ চনত ৰাজ্য খনত অনুষ্ঠিত হবলগীয়া লোকপিয়লত অসমীয়া ভাষা ৰ লগতে স্থানীয় জনজাতী য় ভাষা সমূহ সংখ্যালঘুত পৰিণত হৈ সাংঘাতিকভাৱে সংকটৰ সন্মখীন হব ।চৰকাৰৰ ভাষানীতি শিক্ষা নীতি নিয়োগনীতি নথকাৰ বাবেই স্থানীয় মাতৃ ভাষা সমূহ বিলীন হব ধৰিছে ।মাতৃ ভাষা নজনা লোকক অামি চৰকাৰী চাকৰি কৰিবলৈ নিদিওঁ। বুলি ব্যাখা কৰে ড°ৰাজবংশী য়ে ইয়াৰ বাবে ৰাজ্য চৰকাৰে কেবিনেটত সিদ্ধান্ত লব লাগে বুলো এইদৰে কয় । নিজৰ মাতৃ ভাষাক শ্ৰদ্ধা কৰা মানে ই আনৰ মাতৃ ভাষাক অপমান কৰা নুবুজায় ড°ৰাজবংশী ব্যক্ত কৰে । উক্ত চিন্ত ন বৈ ঠকত জিলা সাহিত্য সভাৰ সভাপতি বিদ্যা ভূষণ খাৰঘৰীয়া সভাপতিত্বত অনুষ্ঠিত সভাখনত সাধাৰন সম্পাদক উপেন ৰায়ে উদ্দেশ্য বাখ্যা কৰে ।উক্ত সভাত আছু, এবছু, আক্ৰাছু ,আমছু ,চান্তাল ছাত্ৰ সন্থা , শিক্ষাবিদ, সমাজসেৱক, বিশিষ্ট ব্যক্তি আদিৰ লগতে অসম সাহিত্য সভা ৰ কোষাধ্যক্ষ প্ৰণৱ কুমাৰ বৰা ,প্ৰাক্তন সচিবপ্ৰধান অৱণী কুমাৰ শৰ্মা উপস্থি

Related posts

Leave a Comment