জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট

Sharing is caring!

জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট

বঙাইগাঁও, আন্ত:ৰাষ্ট্ৰীয় পাৰ-পত্ৰ প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে আজি বঙাইগাঁও জিলা সমিতিয়েও ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী পালন কৰে বঙাইগাঁও জিলাৰ মানিকপুৰত ৷ আজিৰ কায্যসুচীত জিলা সমিতিৰ উপদেষ্টা টিকেন বৰুৱাৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷

Related posts

Leave a Comment