বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক 

Sharing is caring!

 

বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক 

চিৰাঙৰ পৰা লিটন বসাক

যোৱা জুলাই মাহত কাম কৰিবলৈ দিল্লীলৈ যোৱা মুলা বসুমতাৰী (৩৫) নামৰ চিৰাঙৰ ৰুনিখাতা থানাৰ অন্তৰ্গত গৰছিংপাৰা গাঁওৰ লোকজন দিল্লীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত যোৱা ২১ আগষ্ট বিহাৰৰ মানছিং ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় । পৰিয়ালৰ লোকে উক্ত অঞ্চলত গৈ বিচাৰী নাপাই চিৰাঙৰ ৰুনিখাতা থানাত এজাহাৰ দিছে ।

যদি কোনো সদাসয় লোকে এই লোকজনৰ সন্ধান পায় তেন্তে
9954239498 নম্বৰত মোমায়েক মোকনাথ বসুমতাৰী আৰু দাদা লক্ষীশ্বৰ বসুমতাৰীক অৱগত কৰিবলৈ পৰিয়ালৰ সুত্ৰে জনাইছে ।

Related posts

Leave a Comment