ধুবুৰী জিলাত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

Sharing is caring!

 

ধুবুৰী জিলাত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ 
ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে |
 উল্লেখ্য যে, পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জ, আগমনি,বহলপুৰ,কাজিগাওঁ,বগৰীবাৰী,মহামায়াৰ,বিলাসীপাৰা লগতে চাপৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পালিত হয় | ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ কৰ্মী সকলে ।
 স্মৰ্তব্য যে, কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আজিৰে পৰা ৩৬ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত ধুবুৰীৰ চাপৰৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে বন্ধৰ সমৰ্থক সকলে ।

 

Related posts

Leave a Comment