গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ প্ৰথম সাহিত্যকীৰ্তী কৰতল কমলক দৃশ্য-শ্ৰব্য মাধ্যমেৰে…

Sharing is caring!

https://youtu.be/kpNOXqX5_lU

গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ প্ৰথম সাহিত্যকীৰ্তী 

#কৰতল_কমল ক দৃশ্য শ্ৰব্য মাধ্যমেৰে আপোনালৈ আগবঢ়াম অহা 6চেপ্তেম্বৰ 2018 তাৰিখে
অসমীয়া ভাদ মাহৰ এই পবিত্ৰ ক্ষনত আমাৰ এই প্ৰচেস্টাক হাত উজান দিব বুলি আন্তৰিক আগ্ৰহেৰে বাট চাই ৰ’লো
#Promo #কৰতল_কমল_কমল_দল_নয়ন
উপৰুক্ত লিংকটো চাবলৈ আৰু ভগাই দিবলৈ অনুৰুধ জনালো..

 

     

Related posts

Leave a Comment