বিনামূলীয়া চাউল বন্ধ নহয় ::

Free rice is not closed.

বিনামূলীয়া চাউল বন্ধ নহয় ::

Free rice is not closed.

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ
যোজনাৰ ৫ কেজি বিনামূলীয়া চাউল প্ৰদান কৰি আছিল যদিও ৩০ নৱেম্বৰত উক্ত চাউল প্ৰদানৰ অন্ত বুলি প্ৰচাৰ হৈছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অসমৰ চৰকাৰে উক্ত
বিনামূলীয়া চাউল বন্ধ নহয় স্পষ্ট কৰি দিয়ে।
যি অতিৰিক্ত ৫ কিলোগ্ৰামকৈ চাউল লাভ কৰি আছিল দৰিদ্ৰ জনতাই পুনৰ উক্ত বিনামূলীয়া অতিৰিক্ত ৫ কিলো চাউল ২০২২ মাৰ্চলৈকে লাভ কৰিব বুলি ঘোষণা কৰিছে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.