ভাৰত বন্ধত দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতি

 

Posted by Asom Khobor on Sunday, September 9, 2018

 

#ভাৰত #বন্ধৰ #প্ৰভাৱ সৰ্বাত্মক

 

ভাৰত বন্ধ উত্তপ্ত গুৱাহাটী মহানগৰ দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।

আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰীৰ।

শ শ কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰে সচিবালয়ত।

মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বিশাল ৰেলী কংগ্ৰেছ নেতা কৰ্মীৰ ।

ভিৰ কৰিছে মহানগৰীৰ ৰাজপথ ।

হৰিশ ৰাৱট আৰু ৰিপুণ বৰাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

Related posts

Leave a Comment