সমগ্ৰ ৰাজ্যৰ লগতে দিশপুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন

নৰ্থ বেংক ডেভেপ্লমেণ্ট চছাইটিয়ে দিছ্পুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন কৰাৰ লগতে ২৮ বছৰ সম্পূৰ্ণ কৰে এই অনুষ্ঠানতিয়ে ।

উল্লেখ্য যে উক্ত বৰ্ষপতি অনুষ্ঠানটিত এখনি সমাজ বাৰ্তা নামৰ আলোচনী খন উন্মোচন কৰে নেমকেয়াৰ নাৰ্ছিংহোমৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই ।

Related posts

Leave a Comment