জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সংবাদ মাধ্যমে

 

জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সংবাদ মাধ্যমে / অৱশেষত নাও চলিল বিশ্বনাথৰ ঘিলাধাৰী নৈত : ঢৌ যাত্ৰা বিদ্যালয় ছাত্র -ছাত্রী অন্ত পৰিল : ৰাজ্য চৰকাৰৰ পৰিবৰ্তনৰ শ্লোগানক ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত কৰা বিশ্বনাথৰ ঘিলাধাৰী নদীত কনকন ছাত্ৰ- ছাত্ৰীৰ বিপদসংকুল ভাৱে ঢৌ জড়িয়তে নদীৰ পাৰ হৈ বিদ্যালয় যাত্ৰাৰ কৰি আছিল বিগত ২০১২ চনৰ পৰাই সেই যাত্ৰা আজিৰ্ অন্ত পৰিল ৷ এক মাত্ৰ সংবাদ মাধ্যমৰ বাবে এই মন্তব্য ঘিলাধাৰি ৰাইজৰ । ৰাজ্য চৰকাৰৰ শিক্ষা ভট্টাচাৰ্য্য এণ্ড শিক্ষা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসৰ কোম্পানীৰ অধীনস্ত শিক্ষা বিভাগটোৰ পুতৌজনক স্বৰুপ উদঙাই পৰিবৰ্তন কামী সোণোৱাল চৰকাৰৰ উন্নয়ণ ব্যৱস্থাটো পৰিহাসলৈ পৰিনত কৰা আৰু লজ্জানত কৰা ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগোৱাৰ পাছতেই যেন বিদ্যালয় খনৰ ছাত্ৰ -ছাত্ৰী সকলৰ বাবে এইবাৰ আহিল আশাৰ বতৰা ৷শুক্ৰ বাৰে হাঁহি বিৰিঙিল কনমান ছাত্র -ছাত্রী সকলৰ মুখত ৷অন্ত পৰিল এক জৱনিকা ।স্বাধীনোত্তৰ কালৰে পৰা অসম মুলুকৰ পৰিবৰ্তনৰ ইতিহাসত কলা ৰং সনা ঘটনাৰ এই ঘটিল সাময়িক পৰিবৰ্তন ৷ ১৫ টাকৈ বছৰে কংগ্ৰেছ দখলত থকা তথা সেই সময়ৰ প্ৰতাপি মন্ত্ৰী নুৰজমাল সচৰাৰ সমষ্টিত যোৱা ১৫ বছৰে উন্নয়ন দেখা ছবি একমাত্ৰ সংবাদ মাধ্যমৰ বাবেই ৰাইজে পালে এখন নাও তাক লৈ সুখী ঘিলাধাৰী বাসী ৰাইজ যোৱা কেইবাদিন ধৰি দৈনন্দিন বাৰ্তা ই ধাৰাবাহিক ভাৱে বাতৰি প্ৰকাশ কৰা পাছতেই বিষয়টো গৈ বিধানসভা উত্তাল কৰি তোলে ৰাজনৈতিক নেতা সকলে । লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ নাওঁ ৰূপী ঢৌ চচপেন যাত্ৰা জিলা উপায়ুক্ত ই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰে ।উল্লেখযোগ্য যে বিশ্বনাথত উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা তৎপৰতা তথা চতিয়া উন্নয়ন খণ্ড বিষয়া সহযোগত বৰ্তমান বিকল্প ব্যৱস্থা নোহোৱা পযন্তে ছাত্ৰ -ছাত্ৰী আৰু শিক্ষকৰ বাবে এখন নাওঁ প্ৰদান কৰাত সাময়িক সকাহ পাইছে স্থানীয় ৰাইজে ৷ ইফালে শুক্ৰ বাৰে পুৱা ৮.৩০ বজাৰ পৰা এই নাও খন চলাচলৰ ব্যৱস্থা কৰে বিশ্বনাথ জিলা প্ৰশাসনে ৷জানিব পৰা মতে নাওঁখনৰ পৰিহবণৰ সম্পূৰ্ণ খৰছ বহন কৰিব চতিয়া খণ্ড উন্নয়ন কৰ্তৃপক্ষই ৷ ঘিলাধাৰী নদীৰ এই অংশত দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসৰলৰ বাবে থাকিব এই নাওঁৰ ব্যৱস্থা ৷ নাওঁ পৰিবহণ ব্যৱস্থা চোৱা-চিতাৰ বাবে এজন স্থানীয় লোকক নিয়োগ কৰিছে জিলা প্ৰশাসনে। কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবেহে চলিছে এই নাও খন । বিদ্যালয় আৰম্ভ আৰু ছুটীৰ সময়ত চলিব নাওখন । পলমকৈ অহা শিক্ষাৰ্থীকো পাৰ কৰাব লাগিব নাৱৰীয়াই ৷ ঘিলাধাৰী নৈৰ উক্ত অংশৰ পাৰঘাটতে ৰৈ থাকিব নাৱৰীয়া ৷ পলসনি আৰু কুৰুৱাআটিৰ মাজত নাওখন চলাচল কৰিব ৷ বিশেষকৈ পশ্চিম কুৰুৱাআটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পদক্ষেপ জিলা প্ৰশাসনে লোৱা বুলি প্ৰকাশ ৷ কোৱাল ঘিলাধাৰী নদীৰ ওপৰেৰে ঢৌ চৰিয়াত উথি কন কন ছাত্ৰ-ছাত্ৰীৰ বিপদজনক বিদ্যালয় যাত্ৰাৰ চৰম লজ্জাজনৰ কাণ্ডক লৈ দৈনন্দিন বাৰ্তা ত ধাৰাবাহিক বাতৰিৰ প্ৰকাশ পোৱা পিছতে এই বিশেষ তৎপৰতা বুলি ৰাইজে জনায় ।শুক্ৰ বাৰে দেখা গ'ল স্থানীয় ৰাইজৰ মাজত বৈছে আনন্দৰ স্ৰোত ৷ ৰাইজৰ উল্লাসত আত্মহাৰা হৈ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ঘোষনা কৰে অহা ১৫ দিনৰ ভিতৰতে উক্ত অংশত এখন লোহাৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ।লক্ষ্যণীয় বিষয়টো যে অহা ১৫ দিনৰ ভিতৰতে ফেনেফুটুকাৰে ভৰি উথা খৰস্ৰোতা ঘিলাধাৰী নদীৰ ওপৰত লোহাৰ দলং নিৰ্মাণ কৰাৰ মেজিক বিধায়ক বৰঠাকুৰে পিছে কিদৰে দেখুৱাই সেয়া সময়হে কব । প্ৰশ্ন উঠিছে ৰাজ্য জোকাৰি যোৱা ঢৌ চচপেন নাওঁৰ ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগোৱাৰ বাবেই এখন টুলুঙা নাওঁ প্ৰদান কৰি আৰু দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰিব নেকি জিলা প্ৰশাসন তথা বিশ্বনাথৰ বিধায়ক আৰু ৰাজ্য চৰকাৰে নে সঁচা অৰ্থতে হৱ অঞ্চলতোৰ উন্নয়ন সেয়া বৰ্তমান সময়ত এক লাখটকীয়া প্ৰশ্ন ৷ অব্যাহত থাকিব আমাৰ কলম ৰাইজৰ পক্ষত ।

Posted by অসম খবৰ 24X7 Assamese Online News Web Portal on Friday, September 28, 2018

জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সংবাদ মাধ্যমেঃ


অৱশেষত নাও চলিল বিশ্বনাথৰ ঘিলাধাৰী নৈতঃ ঢৌ যাত্ৰা বিদ্যালয় ছাত্র -ছাত্রী অন্ত পৰিলঃ


 

ৰাজ্য চৰকাৰৰ পৰিবৰ্তনৰ শ্লোগানক ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত কৰা বিশ্বনাথৰ ঘিলাধাৰী নদীত কনকন ছাত্ৰ- ছাত্ৰীৰ বিপদসংকুল ভাৱে ঢৌ জড়িয়তে নদীৰ পাৰ হৈ বিদ্যালয় যাত্ৰাৰ কৰি আছিল বিগত ২০১২ চনৰ পৰাই সেই যাত্ৰা আজিৰ্ অন্ত পৰিল ৷ এক মাত্ৰ সংবাদ মাধ্যমৰ বাবে এই মন্তব্য ঘিলাধাৰি ৰাইজৰ ।ৰাজ্য চৰকাৰৰ শিক্ষা ভট্টাচাৰ্য্য এণ্ড শিক্ষা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসৰ কোম্পানীৰ অধীনস্ত শিক্ষা বিভাগটোৰ পুতৌজনক স্বৰুপ উদঙাই পৰিবৰ্তন কামী সোণোৱাল চৰকাৰৰ উন্নয়ণ ব্যৱস্থাটো পৰিহাসলৈ পৰিনত কৰা আৰু লজ্জানত কৰা ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগোৱাৰ পাছতেই যেন বিদ্যালয় খনৰ ছাত্ৰ -ছাত্ৰী সকলৰ বাবে এইবাৰ আহিল আশাৰ বতৰা ৷

শুক্ৰ বাৰে হাঁহি বিৰিঙিল কনমান ছাত্র -ছাত্রী সকলৰ মুখত ৷অন্ত পৰিল এক জৱনিকা ।স্বাধীনোত্তৰ কালৰে পৰা অসম মুলুকৰ পৰিবৰ্তনৰ ইতিহাসত কলা ৰং সনা ঘটনাৰ এই ঘটিল সাময়িক পৰিবৰ্তন ৷ ১৫ টাকৈ বছৰে কংগ্ৰেছ দখলত থকা তথা সেই সময়ৰ প্ৰতাপি মন্ত্ৰী নুৰজমাল সচৰাৰ সমষ্টিত যোৱা ১৫ বছৰে উন্নয়ন দেখা ছবি একমাত্ৰ সংবাদ মাধ্যমৰ বাবেই ৰাইজে পালে এখন নাও তাক লৈ সুখী ঘিলাধাৰী বাসী ৰাইজ যোৱা কেইবাদিন ধৰি দৈনন্দিন বাৰ্তা ই ধাৰাবাহিক ভাৱে বাতৰি প্ৰকাশ কৰা পাছতেই বিষয়টো গৈ বিধানসভা উত্তাল কৰি তোলে ৰাজনৈতিক নেতা সকলে । লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ নাওঁ ৰূপী ঢৌ চচপেন যাত্ৰা জিলা উপায়ুক্ত ই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰে ।উল্লেখযোগ্য যে বিশ্বনাথত উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা তৎপৰতা তথা চতিয়া উন্নয়ন খণ্ড বিষয়া সহযোগত বৰ্তমান বিকল্প ব্যৱস্থা নোহোৱা পযন্তে ছাত্ৰ -ছাত্ৰী আৰু শিক্ষকৰ বাবে এখন নাওঁ প্ৰদান কৰাত সাময়িক সকাহ পাইছে স্থানীয় ৰাইজে ৷ 

ইফালে শুক্ৰ বাৰে পুৱা ৮.৩০ বজাৰ পৰা এই নাও খন চলাচলৰ ব্যৱস্থা কৰে বিশ্বনাথ জিলা প্ৰশাসনে ৷জানিব পৰা মতে নাওঁখনৰ পৰিহবণৰ সম্পূৰ্ণ খৰছ বহন কৰিব চতিয়া খণ্ড উন্নয়ন কৰ্তৃপক্ষই ৷ ঘিলাধাৰী নদীৰ এই অংশত দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসৰলৰ বাবে থাকিব এই নাওঁৰ ব্যৱস্থা ৷

নাওঁ পৰিবহণ ব্যৱস্থা চোৱা-চিতাৰ বাবে এজন স্থানীয় লোকক নিয়োগ কৰিছে জিলা প্ৰশাসনে।কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবেহে চলিছে এই নাও খন ।বিদ্যালয় আৰম্ভ আৰু ছুটীৰ সময়ত চলিব নাওখন । পলমকৈ অহা শিক্ষাৰ্থীকো পাৰ কৰাব লাগিব নাৱৰীয়াই ৷
ঘিলাধাৰী নৈৰ উক্ত অংশৰ পাৰঘাটতে ৰৈ থাকিব নাৱৰীয়া ৷
পলসনি আৰু কুৰুৱাআটিৰ মাজত নাওখন চলাচল কৰিব ৷বিশেষকৈ পশ্চিম কুৰুৱাআটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পদক্ষেপ জিলা প্ৰশাসনে লোৱা বুলি প্ৰকাশ ৷ 

কোৱাল ঘিলাধাৰী নদীৰ ওপৰেৰে ঢৌ চৰিয়াত উথি কন কন ছাত্ৰ-ছাত্ৰীৰ বিপদজনক বিদ্যালয় যাত্ৰাৰ চৰম লজ্জাজনৰ কাণ্ডক লৈ দৈনন্দিন বাৰ্তা ত ধাৰাবাহিক বাতৰিৰ প্ৰকাশ পোৱা পিছতে এই বিশেষ তৎপৰতা বুলি ৰাইজে জনায় ।

শুক্ৰ বাৰে দেখা গ’ল স্থানীয় ৰাইজৰ মাজত বৈছে আনন্দৰ স্ৰোত ৷ 
ৰাইজৰ উল্লাসত আত্মহাৰা হৈ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ঘোষনা কৰে অহা ১৫ দিনৰ ভিতৰতে উক্ত অংশত এখন লোহাৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ।
লক্ষ্যণীয় বিষয়টো যে অহা 
১৫ দিনৰ ভিতৰতে ফেনেফুটুকাৰে ভৰি উথা খৰস্ৰোতা ঘিলাধাৰী নদীৰ ওপৰত লোহাৰ দলং নিৰ্মাণ কৰাৰ মেজিক বিধায়ক বৰঠাকুৰে পিছে কিদৰে দেখুৱাই সেয়া সময়হে কব ।

প্ৰশ্ন উঠিছে ৰাজ্য জোকাৰি যোৱা ঢৌ চচপেন নাওঁৰ ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগোৱাৰ বাবেই এখন টুলুঙা নাওঁ প্ৰদান কৰি আৰু দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰিব নেকি জিলা প্ৰশাসন তথা বিশ্বনাথৰ বিধায়ক আৰু ৰাজ্য চৰকাৰে নে সঁচা অৰ্থতে হৱ অঞ্চলতোৰ উন্নয়ন সেয়া বৰ্তমান সময়ত এক লাখটকীয়া প্ৰশ্ন ৷ অব্যাহত থাকিব আমাৰ কলম ৰাইজৰ পক্ষত ।

Related posts

Leave a Comment