বিশ্বনাথত আটক চোৰাং চিকাৰী

 

বিশ্বনাথত আটক চোৰাং চিকাৰী

 

বিশ্বনাথত বন কৰ্মীৰ অভিযান চোৰাং চিকাৰীৰ বিৰুদ্ধে।

আজি পানীভড়ালৰ সমীপৰ কুমলীয়া পথৰ পৰা অভিযান চলাই বন কৰ্মীৰ এটা দলে আটক কৰে ম: চইবুৰ ৰহমান নামৰ এটা কুখ্যাত চোৰাং চিকাৰী।

ধৃত চিকাৰীটোৰ ঘৰ চতিয়াৰ ভোজমাৰীত।

বন বিভাগৰ পৰা জানিব পৰা অনুসৰি কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ অধীনৰ কাৱৈমাৰীৰ গঁড় হত্যাৰ লগত ধৃত চোৰাং চিকাৰীটো জড়িত হোৱাৰ লগতে ২০১৬ চনৰ গঁড়ৰ চোৰাং চিকাৰৰ লগত জড়িত আছিল।

Related posts

Leave a Comment