দেৰগাঁৱৰ কংস চাপৰিত গঁড়ৰ মুক্ত বিচৰণঃ আতঙ্কত স্থানীয় ৰাইজ

Sharing is caring!

দেৰগাঁৱৰ নিকটৱৰ্তী মন্দিৰ চাপৰি লহৰে চাপৰি আৰু কংস চাপৰিত গঁড়ৰ মুক্ত বিচৰণ

আতঙ্কত স্থানীয় ৰাইজ

২ দিনৰ পূৰ্বে কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰা উলাই আহি উক্ত গাঁও সমূহত মুক্ত বিচৰণ গঁড়টোৰ

যি কোনো মুহূৰ্তত চোৰাং চিকাৰী আক্ৰমণ বলি হব পাৰে গঁড়টো

উক্ত অঞ্চলত চোৰাং চিকাৰী বিচৰণৰ সন্দেহ ৰাইজৰ

Related posts

Leave a Comment