সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাৰ প্ৰাৰম্ভিক সাধাৰণ সভা আহ্বান

অহা ইং ১০ নবেম্বৰৰ শনিবাৰে ২০১৮ ,

দিনৰ ১১বজাৰ পৰা প্ৰস্তাবিত

সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাৰ প্ৰাৰম্ভিক  সাধাৰণ সভা আহ্বান,

 

প্ৰিয় সতীৰ্থ,

 

প্ৰস্তাবিত 

সদৌ অসম ডিজিটেল সাংবাদিক  সংস্থাৰ এখনি প্ৰাৰম্ভিক  সাধাৰণ সভা গুৱাহাটীৰ দিশপুৰ  প্ৰেছ ক্লাবত দিনৰ ১১বজাত অহা ইং ১১ নবেম্বৰৰ পৰিবৰ্তে অহা ইং ১০ নবেম্বৰৰ ২০১৮ তাৰিখ শনিবাৰে  দিনজোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে ৷

 

প্ৰাৰম্ভিক 

সাধাৰণ সভাৰ বিশেষ কাৰ্যক্ৰমণিকা,

১) সভাপতি বৰণ আৰু আসন গ্ৰহন ৷

২)সভাৰ উদেশ্য ব্যাখ্যা-৷

৩)ডিজিটেল ,ৱেব মেডিয়া,সংবাদ মাধ্যমৰ  লক্ষ্য,উদেশ্য, বৈশিষ্ট্য্,আদৰ্শ, Registration,সাংবাদিক আচৰণ বিধিৰ  সম্পৰ্কত 

দৈনন্দিন বাৰ্তা আৰু D.B.Live ৰ সম্পাদক শংকৰ গোঁহাই এ বক্তব্য আগবঢ়াব ৷

৪) ডিজিটেল ৱেব মেডিয়াৰ নীতি,

নিৰ্দেশনা,নিয়মীয়াৱলী,অৰ্হতা,যোগ্যতা আৰু সাংগঠনিক দিশত আদিৰ সম্পৰ্কত আলোচনা ৷

৫)প্ৰস্তাবিত সাধাৰন সভ্য আৰু কেন্দ্ৰীয় সমিতিৰ সভ্যৰ যোগ্যতা, ভৰ্তিকৰণৰ মাছুল,বৰঙনি  আদিৰ সম্পৰ্কত আলোচনা ৷

৬) প্ৰস্তাবিত সমিতিৰ নামাকৰন,

কাৰ্য্যক্ষেত্ৰ,পৰিসীমা,সংবিধান আদিৰ সম্পৰ্কত আলোচনা ৷

৭)প্ৰস্তাবিত সমিতিৰ জিলা,মহকুমা পৰ্য্যায়ৰ সমিতিবোৰ গঠন কৰাৰ সম্পৰ্কত আলোচনা ৷

৮) প্ৰস্তাবিত কাৰ্য্যকৰী সমিতি গঠন ৷

৯) বিত্তীয়,পুঁজি সংগ্ৰহ আৰু গঠন আদিৰ সম্পৰ্কত আলোচনা ৷

১০)অন্যান্য,

১১)প্ৰস্তাৱ পাঠ আৰু গ্ৰহন ৷

১২)সভাপতিৰ বক্তব্য আৰু মন্তব্য,

১৩) শলাগৰ শৰাই ৷

১৪)সভা ভংগ ৷

এই সভাখনত সকলোবোৰ ডিজিটেল, প্ৰিন্ট ,ইলেক্ট্ৰনিক, ৱেব মেডিয়া সমুহৰ লগতে সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক,

সংবাদ কৰ্মী সকলৰ উপস্থিতি,সক্ৰিয় সহায় সহযোগিতা আদি আন্তৰিকতাৰ কামনা কৰা হ’ল ৷ আৰু সভাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো শ্ৰেনীৰ সাংবাদিক, সংবাদ কৰ্মী সকলক আহ্বান জনোৱা হ’ল ৷

আহ্বায়ক মণ্ডলী,

প্ৰস্তাবিত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা,

9706858478,7002606746

Related posts

Leave a Comment