গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তিৰ যো-জা

অসমৰ প্ৰথম গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তিৰ যোজা।।।৩ নৱেম্বৰ: তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপোৰ্ট: অহা ৫ নৱেম্বৰত ধেমাজি জিলাৰ চিলাপথাৰত অসমৰ প্ৰথম গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তি লাভ কৰিব। এই চলচিত্ৰখন মুম্বাই স্থিত অনহদ ষ্টুডিঅ" প্ৰাইভেট লিমিটেড আৰু বাবা ডাংগ্ৰে ফ্লিম চচাইটিৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। এই চলচিত্ৰ খন কমল ছেত্ৰীয়ে নিৰ্দেশনা কৰিছে। এই চলচিত্ৰ খন বহুতো দুখ কষ্টৰে নিৰ্মাণ কৰা বুলি চলচিত্ৰ খনৰ পৰিচালক কমল ছেত্ৰীয়ে জানিব দিয়ে। এই চলচিত্ৰ খন অৰুণাচল, ছিকিম, পাছীঘাট, গুৱাহাটী, দাৰ্জিলিং আদি ঠাইত দৃশ্য গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে। অসমবাসী ৰাইজে "প্ৰতিজ্ঞা মায়াকো" চলচিত্ৰ খন আদৰি লব বুলি তেওঁ লোক আশাবাদী।

Posted by অসম খবৰ 24X7 Assamese Online News Web Portal on Saturday, November 3, 2018

গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তিৰ যো-জা

২ নৱেম্বৰ: তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপোৰ্ট:

অহা ৫ নৱেম্বৰত ধেমাজি জিলাৰ চিলাপথাৰত অসমৰ প্ৰথম গোৰ্খালী চলচিত্ৰ প্ৰতিজ্ঞা মায়াকো শুভমুক্তি লাভ কৰিব। এই চলচিত্ৰখন মুম্বাই স্থিত অনহদ ষ্টুডিঅ” প্ৰাইভেট লিমিটেড আৰু বাবা ডাংগ্ৰে ফ্লিম চচাইটিৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। এই চলচিত্ৰ খন কমল ছেত্ৰীয়ে নিৰ্দেশনা কৰিছে। এই চলচিত্ৰ খন বহুতো দুখ কষ্টৰে নিৰ্মাণ কৰা বুলি চলচিত্ৰ খনৰ পৰিচালক কমল ছেত্ৰীয়ে জানিব দিয়ে। এই চলচিত্ৰ খন অৰুণাচল, ছিকিম, পাছীঘাট, গুৱাহাটী, দাৰ্জিলিং আদি ঠাইত দৃশ্য গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে। অসমবাসী ৰাইজে “প্ৰতিজ্ঞা মায়াকো” চলচিত্ৰ খন আদৰি লব বুলি তেওঁ লোক আশাবাদী।

Related posts

Leave a Comment