বিজনীৰ চৌৰাগুৰী ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ

Sharing is caring!

 

বিজনীৰ চৌৰাগুৰী ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ 

 

বঙাইগাওঁ জিলাৰ গৰাইমাৰীৰ নিকটৱৰ্তী চৌৰাগুৰীত বন্ধ সমৰ্থকে

পুৱা ৮ বজাৰ পৰা অব্যাহত ৰাখিছে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ ৷

গুণোৎসৱ আৰু চিকিৎসালয়লৈ যোৱা যান বাহনক ৰেহাই দিয়ে ৷

 তিনিচুকীয়াত ৫ জন বঙালীক গুলিয়াই হত্যা কৰাৰ বাবে আজি চৌৰাগুৰীৰ ৩১ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰ মূ্ৰ্দাবাদ, অসম পুলিচ হায় হায়, অখিল গগৈ, গো, বেক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰি উত্তাল  তোলে

লগতে ৩১ নং ৰাষ্টীয় ঘাইপথহৈ অহা যোৱা কৰা বাহন ঘৰাই দিয়ে ৷

সদৌ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি ব্ৰজো গোপাল সৰকাৰে কয় যে অসমৰ যি উগ্ৰপন্থী অসমৰ নিৰিহ মানুহক যি নিশ্বেস কৰাৰ পৰিকল্পনা কৰিছে তাৰে প্ৰতিবাদত আজি এই কাৰ্য্যসূচী লগতে আৰু কয় যে অসমৰ বংগ ভাষি সকলে অসমত শান্তিপূৰ্ণ ভাবে জিয়াই আছো আৰু আমি অসমত থাকো আমিও বংগ ভাষী অসমীয়া ৷

Related posts

Leave a Comment