বিজনীত মৌন সমদল

Sharing is caring!

 

বৃহত্তৰ বিজনী বঙালী সমাজৰ

চিৰাঙ ৰ বিজনীতমৌন সমদল বৃহত্তৰ বিজনী বঙালী সমাজে ধলা কাণ্ডৰ নিহত সকলৰ আত্মাৰ সদ্গতি কামনাৰে বিজনীত মৌন সমদল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰে সন্ধিয়া ৫বজাত ।

তিনিচুকিয়া ধলাৰ ঘটনাত নিহত হোৱা পাঁচজন লোকৰ নাম সম্বলিত বেনাৰ লৈ বৃহত্তৰ বিজনী বঙালী সমাজৰ শতাধিক লোকসকলে বিজনী জনতা লাইব্ৰেৰীৰ পৰা সমদল আৰম্ভ কৰে হাতে হাতে মম বাতি লৈ উক্ত সমদলত ভাগলয় বিজনী বিশিষ্ট ব্যাক্তি তথা প্ৰাক্তন শিক্ষক শংকৰ চেতাৰজী ।

উক্ত মৌন সমদল সমাপ্ত হয় বিজনী ১নং ভেটাগাঁও ঘোষপাৰা বিবেকানন্দ ক্লাব প্ৰাঙ্গন ।

তাৰ পিছতে ধলা কাণ্ডত নিহত সকলৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনায় ।

Related posts

Leave a Comment