গহপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা

গহপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা

অসম খবৰ ৬নবেম্বৰ: গহপুৰৰ বালিজান কটকী চুকৰ চুকাফা ভৱনৰ সমীপত আজি পুৱা ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। পুৱা ৩ মান বজাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাক এখন। 

Related posts

Leave a Comment