ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

 

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

২টা পৰ্যায়ত হ’ব পঞ্চায়ত নিৰ্বাচন

৫ ডিচেম্বৰ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

১২ ডিচেম্বৰত হ’ব ভোট গননা

প্ৰথম পৰ্যায়ত হ’ব ১৬খন জিলাত ভোটগ্ৰহণ

দ্বিতীয় পৰ্যায়ত হ’ব বৰাক-নামনিকে ধৰি ১০খন জিলাত ভোটগ্ৰহণ

প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৫ নৱেম্বৰ

দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৯ নৱেম্বৰ

১ম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ১৯ নৱেম্বৰ

২য় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ২২ নৱেম্বৰ

সৰ্বমুঠ প’লিং ষ্টেচন – ২৩,৫০৫টা

Related posts

Leave a Comment